ৰাজমুকুট থিয়েটাৰ ত্ৰয়োদশ (২০২১-২২) নাট্যবৰ্ষৰ বাবে সাজু হৈছে। এই থিয়েটাৰত এগৰাকী জনপ্ৰিয় নাট্যকাৰৰ তিনিখন নাটক উপস্থাপন কৰিব।এই থিয়েটাৰখনৰ পৰিচালক ৰাজেজ ভূঞা । প্ৰখ্যাত নাট্যকাৰ, লগতে পৰিচালকও ৰাজদ্বীপৰ এখন romance আদিৰে ভৰপূৰ নাটক "বকুল ফুলৰ দৰে", যিখন নাটকে এতিয়ালৈ মঞ্চত অভিলেখ গঢ়ি আছে আৰু দুখন নাটক হল " তোমাৰেনো ভালপোৱাই " আৰু "বিৰিখৰ বিৰিণা"।

Rajmukut theatre 2022-23

এই থিয়েটাৰখনৰ প্ৰধান অভিনেতা-অভিনেত্ৰী হল উৎপল দাস আৰু দেবৰ্শী গগৈ| আৰু লগতে এই থিয়েটাৰখনত থকা কেইজনমান অভিনেতা-অভিনেত্ৰী হল-ভাস্কৰ,অনিন্দিতা পল,তৰুণ তনময় তাৰক,Rintu আদি বহুতো।ইতিমধ্যে পেভিলিয়ন বুকিং প্ৰক্ৰিয়া চলি আছে বুলি সচিব ৰঞ্জিত দত্তই জানিবলৈ দিয়ে।

Rajmukut theatre song


Rajmukut theatre song


The Rajmukt Theater is preparing for its thirteenth (2021-22) theatrical year. The theater will present three plays by a popular playwright. The theater is directed by Rajez Bhuyan. Rajdeep, a renowned playwright, as well as director, has a romance-filled play "Bakul Phul Dare", which has set records on stage so far and two plays are " Tomareno Valpowai " and "Birikhor Birina"


বিৰিখৰ বিৰিণা,Birikhor Birina

The theater is directed by Utpal Das and Debarshi Gogoi There are many actors and actresses in the theatre, including Bhaskar, Anindita Paul,Tarun TanmoyRintu, Tarak, and many others. The pavilion booking process is already underway, Secretary Ranjit Dutta said.